অসম

assam

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ETV Bharat / videos

HSLC result 2023: মহাকাশ বিজ্ঞানী হোৱাৰ সপোন চতুৰ্থ স্থানপ্ৰাপ্ত স্বাতী কিৰণ গগৈৰ - মহাকাশ বিজ্ঞানী হোৱাৰ সপোন স্বাতী কিৰণ গগৈৰ

By

Published : May 22, 2023, 10:10 PM IST

মৰাণ, ২২ মে':আজিঘোষণা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC result 2023) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে দুলীয়াজানৰ ছেইন্ট জেভিয়াৰ্ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী স্বাতী কিৰণ গগৈয়ে (4th position in HSLC 2023)। ছাত্ৰী গৰাকীয়ে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।  

স্বাতী কিৰণ গগৈৰ ঘৰ দুলীয়াজানৰ টিৱাৰীগোলা অঞ্চলত ( St Xaviers Higher Secondary School)। জয়ন্ত গগৈ আৰু অনিতা সন্দিকৈ গগৈৰ কন্যা স্বাতী কিৰণ গগৈয়ে দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰাইজে আনন্দ প্ৰকাশ কৰিছে । মেধাৱী ছাত্ৰী গৰাকীয়ে ভবিষ্যতে মহাকাশ বিজ্ঞানী হোৱাৰ বাবে অধ্যয়ন কৰিব বুলি কয় ।

লগতে পঢ়ক:HSLC Results 2023: পঞ্চম স্থান দখল কৰিলে হেপ্পী চাইল্ড হাইস্কুলৰ ছাত্ৰ অনন্ত জৈনে

ABOUT THE AUTHOR

...view details