অসম

assam

ETV Bharat / videos

Bhabesh Kalita on AGP-BJP alliance: আঞ্চলিকতাবাদক বাদ দি ৰাষ্ট্ৰীয়তাবাদ নহয়: ভৱেশ কলিতা - বিজেপিয়ে অগপক গ্ৰাস কৰা নাই

By

Published : Oct 29, 2022, 8:47 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

বৰ্তমান সময়ত বিজেপিয়ে অসমৰ আঞ্চলিক দল অগপক গ্ৰাস কৰি পেলোৱা বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই(Assam state BJP President Bhabesh Kalita) শনিবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে । তেওঁ কয় যে বিজেপিয়ে অগপক গ্ৰাস কৰা নাই(AGP BJP alliance in Assam) । আঞ্চলিকতাবাদক বাদ দি ৰাষ্ট্ৰীয়তাবাদ নহয় বুলি কৈ সভাপতিগৰাকীয়ে কয় যে, এক সুস্থ পৰিবেশত আঞ্চলিকতাবাদ আগবাঢ়ি যাব লাগিব । ২০১৬ চনৰ পৰা বৰ্তমানলৈ আঞ্চলিক দলটোৰ সৈতে মিত্ৰতা স্থাপন কৰি বিজেপিয়ে অসমত দুবাৰকৈ অকংগ্ৰেছী চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে(BJP government in Assam) । বিজেপি দলে অগপক ইমান দিনে ভাতৃৰূপে গ্ৰহণ কৰি আগবাঢ়ি গৈ আছে আৰু এই ধাৰা আগলৈও অব্যাহত থাকিব ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details