অসম

assam

Lachit Divas 2022: লাচিতৰ মোমায়েকৰ সম্পৰ্কে বুৰঞ্জীত উল্লেখ নাই: লীলাধৰ হাজৰিকা

By

Published : Nov 24, 2022, 4:19 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

‘‘লাচিতৰ মোমায়েকৰ সম্পৰ্কে বুৰঞ্জীত উল্লেখ নাই ৷ যিহেতু বুৰঞ্জীত মোমায়েকৰে উল্লেখ নাই, তেনেস্থলত লাচিতে মোমায়েকক শিৰচ্ছেদ কৰাৰ কথাও কতো উল্লেখ নাই ৷’’ জাতীয় বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে (400 birth anniversary of Lachit Barphukan) মোমাইকটা গড় সম্পৰ্কে কিছু প্ৰাংগিক চিন্তা ডাঙি ধৰিছে বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা লেখক লীলাধৰ হাজৰিকাই (Special interview with scholar Leeladhar Hazarika on history Lachit Borphukan)।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details