অসম

assam

By

Published : Apr 19, 2022, 10:36 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

ETV Bharat / videos

চাওক কেৰেলাৰ চৰ শোধোৱা উৎসৱ

এক অদ্ভুত উৎসৱ আয়োজিত হয় কেৰালাত ৷ য’ত উৎসৱৰ আনন্দত ইজনে সিজনক আলিংগন কৰাৰ সলনি শোধায় একোটা পূৰ্ণহতীয়া চৰ (Slap festival in Kerala) ৷ এক বৃহৎ জনসমাগমৰ মাজত ৰাজ্যখনৰ কান্নুৰত বিশু উৎসৱৰ অংশ হিচাপে আয়োজিত হয় এই চৰ প্ৰতিযোগিতা (Slap festival as part of Vishu) ৷ চাও আহক এই বিশেষ উৎসৱটোৰ কিছু দৃশ্যাংশ ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details