অসম

assam

ETV Bharat / videos

Singer Pawandeep Rajan : পৱনদ্বীপ ৰাজনৰ কণ্ঠত আচ্ছন্ন হ’ল দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ - Pawandeep Rajan sings Assamese song

By

Published : Dec 28, 2022, 6:19 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

শিৱসাগৰৰ দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱৰ বাকৰিত পৱনদ্বীপ ৰাজন (Singer Pawandeep Rajan in Sivasagar)৷ উৎসৱৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল পৱনদ্বীপ । ইণ্ডিয়ান আইডল চিজন-১২ৰ(Indian Idol Season 12) বিজয়ী পৱনদ্বীপৰ সাংস্কৃতিক কাৰ্যসূচীয়ে মোহাচ্ছন্ন কৰিলে শিৱসাগৰীয়া ৰাইজক (Pawandeep Rajan at Dichang Brahmaputra festival)। মূৰত গামোচা বান্ধি দুটা অসমীয়া গানকে ধৰি কেইবাটাও জনপ্ৰিয় গান পৰিৱেশন কৰি ৰাইজৰ বিপুল হৰ্ষধ্বন্নি লাভ কৰিলে পৱনদ্বীপে (Pawandeep Rajan sings Assamese song)। সোমবাৰৰ পৰা আৰম্ভ হোৱা ডিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ ২৯ ডিচেম্বৰত সামৰণি পৰিব । নৈপৰীয়া জীৱনৰ মাদকতাৰে জীপাল হোৱা এই উৎসৱৰ জৰিয়তে প্ৰকৃতিৰ ৰম্যভূমি দিচাংমুখক পৰ্যটনৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টাৰে অনুষ্ঠিত হৈছে এই উৎসৱ (Dichang Brahmaputra festival)।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details