অসম

assam

শ্ৰীকৃষ্ণৰ ৰাসলীলা

ETV Bharat / videos

কলঙৰ বাকৰিত সত্ৰীয়া পৰম্পৰাৰে আকৰ্ষণীয় ৰূপত শ্ৰীকৃষ্ণৰ ৰাসলীলা

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:25 PM IST

কলিয়াবৰ, 3 ডিচেম্বৰ :"কিমতেহে যাইব' প্ৰভূ তোমাক এৰিয়া  ৷ তুমি তৰু আমি লতা থাকিবো বেৰিয়া ।" কলিয়াবৰ বৰভকতি গাঁৱৰ কলঙৰ বাকৰিত আকৰ্ষণীয় ৰূপত প্ৰদৰ্শিত হ’ল শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ বৰভকতি, দুলাল মাধৱ আৰু মিৰিভেটি ৰাইজৰ সহযোগত গুৰুজনাৰ ‘কেলিগোপাল’ নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া প্ৰদৰ্শন কৰা হয় ৷

শৰৎ কালত আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন্যতম মুখ্য ধৰ্মীয় উৎসৱ । মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও কলিয়াবৰত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট 'কেলিগোপাল' অতীজৰে পৰা সত্ৰীয়া পৰম্পৰাৰে পালন কৰি অহা হৈছে । ৰাস পূৰ্ণিমা পাৰ হ’ল যদিও কলিয়াবৰৰ বিভিন্ন স্থানত ৰাসলীলা উদযাপিত হৈ আছে ।

লগতে পঢ়ক :মহাত্মাৰ পৰা সুধাকণ্ঠলৈ...ৰামপুৰ আঞ্চলিক ৰাসত জীৱন্ত প্ৰতিমূৰ্তি প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details