আজি তিলনি; মাজুলীৰ তেজস্বিতাৰ বাসগৃহত শোকাকুল পৰিৱেশ
বুধবাৰে অকাল মৃত্যুক সাৱটি লয় মাজুলীৰ নবাগতা কণ্ঠশিল্পী তেজস্বীতা বৰুৱাই (Tejaswita Barua died) । উদীয়মান কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ মাজুলীতেই পৰিছে শোকৰ ছাঁ (shadow of grief all over Majuli)। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেজস্বিতা বৰুৱাৰ বাসগৃহত (saddened incident of Tejaswita Barua death) । আজি প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ তৃতীয় দিন । অসমীয়া সমাজ জীৱনৰ নিয়ম অনুসৰি আজি পৰিয়াল তথা আত্মীয়ই তেজস্বিতাৰ "তিলনি" পালন কৰিছে । আনহাতে, তেজস্বিতাৰ পিতৃ-মাতৃয়ে নিজ সন্তানৰ তিলনি পাতিবলৈ পাই শোকত ভাগি পৰা দেখা পৰা গৈছে । কোনেও যেন সান্ত্বনা দিব পৰা নাই পিতৃ-মাতৃক ।
Last Updated : Feb 3, 2023, 8:29 PM IST