অসম

assam

ETV Bharat / videos

Second Kaliabhomora Bridge: মুকলি হ’ল দ্বিতীয়খন কলীয়াভোমোৰা দলং - ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা সপ্তমখন দীৰ্ঘতম দলং

By

Published : Nov 1, 2022, 5:16 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

মঙলবাৰৰ পৰা মুকলি হ’ল নতুন কলীয়াভোমোৰা দলং (Second Kaliabhomora Bridge)। কোনো ধৰণৰ আনুষ্ঠানিকতা নোহোৱাকৈ মুকলি কৰা হয় ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দ্বিতীয়খন কলীয়াভোমোৰা সেতু । অসমৰ ভিতৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা সপ্তমখন দীৰ্ঘতম দলং (Bridge over Brahmaputra river)। ২০১৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৩.৪০ কিলোমিটাৰ দৈঘ্যৰ দলংখনৰ (Length of new Kaliabhomora Bridge)। কলীয়াভোমোৰাৰ প্ৰথমখন দলং পুনৰ নিৰ্মাণৰ বাবে আজিৰে পৰা সামগ্ৰিকভাৱে বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণৰ ব্যৱহাৰৰ বাবে নতুন দলংখনৰ মুকলি কৰা হয় ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details