অসম

assam

By

Published : Aug 31, 2022, 8:44 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

ৰঙিয়াত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক পহুখেদা

ৰঙিয়াত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক পহুখেদা (Satyaranjan Bora misbehaved in Rangia) । ৰঙিয়া নগৰৰ বীণাপাণি গেছ এজেঞ্চীৰ সমীপত বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাক পহুখেদা দিলে ৰাষ্ট্ৰীয় বজৰং দলে । লাজে-অপমানে নিজকে ৰক্ষা কৰাৰ চেষ্টা সত্যৰঞ্জন বৰাৰ (Satyaranjan Bora shameful incident) । অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যক নিজৰ পক্ষত যোগদান কৰাৰ উদ্দেশ্যৰে বুধবাৰে ৰঙিয়াত উপস্থিত হৈছিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা (National Bajrang party alleged on Satyaranjan Bora) । বিতৰ্কিত নেতাগৰাকীয়ে চাকৰি আৰু ঠিকা দিয়াৰ প্ৰলোভন দিছিল ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যক । তাতেই ক্ষুব্ধ হৈ ৰঙিয়াৰ পৰা হিন্দুত্ববাদী নেতাজনক পহুখেদা দিয়ে খোদ হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় বজৰং দলে । ইফালে ৰাষ্ট্ৰীয় বজৰং দলৰ ৰাষ্ট্ৰীয় সম্পাদককো সত্যৰঞ্জন বৰাই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ ৰাজ্যিক সভাপতি দীনেশ কলিতাই (Satyaranjan Bora accused threatening) ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details