অসম

assam

বিহুৱা বিহুৱতীক সম্বৰ্ধনা

ETV Bharat / videos

Sarbananda Sonowal: নিজৰ প্ৰতিভাৰে অসমীয়া যুৱক-যুৱতীয়ে বিশ্ব জয় কৰিব লাগিব; সোণোৱাল - Union Minister Sarbananda Sonowal

By

Published : May 15, 2023, 1:32 PM IST

মৰাণ, ১৫মে':গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিহু নাচে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া অনুষ্ঠানত দুলীয়াজান সমষ্টিৰ পৰা অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীক সম্বৰ্ধনা (Bihu Guinness World Records)। দেওবাৰে দুলীয়াজান অইল ইণ্ডিয়া ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ সৈতে বিহুৱা-বিহুৱতীক সম্বৰ্ধনা তথা অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Felicitation of Bihuwa Bihuvati at Duliajan)। 

দুলীয়াজানৰ অইল ইণ্ডিয়া ক্লাবত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহুৱা-বিহুৱতীৰ সকলৰ সৈতে মত বিনিময় কৰে (Felicitation of Bihu Dancer in Duliajan)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,"বিহুৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া কাৰ্যসূচীটো কেৱল আৰম্ভণিহে । নিজৰ প্ৰতিভাৰে অসমীয়া যুৱক যুৱতীয়ে বিশ্ব জয় কৰিব লাগিব (Union Minister Sarbananda Sonowal)।"

লগতে পঢ়ক:Scam Allegation: AIUDF ৰ বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধ এশ এবুৰি কেলেংকাৰীৰ অভিযোগ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

ABOUT THE AUTHOR

...view details