অসম

assam

Dumper seized at Sonari : সোণাৰিত অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰ জব্দ

By

Published : Nov 9, 2022, 10:41 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

অবৈধ বালি আৰু শিল মাফিয়াৰ বিৰুদ্ধে সোণাৰিত বন বিভাগৰ অভিযান । নাফুকস্থিত সোণাৰি আঞ্চলিক বন বিভাগে(Sonari forest beat office) জব্দ কৰে দুখনকৈ অবৈধ বালি আৰু শিল সৰবৰাহত জড়িত ডাম্পাৰ (Dumper seized at Sonari)। জব্দকৃত বাহন কেইখন হৈছে AS 04 BC 5060 আৰু AS 06 BC 8572 ৷ বৰ্তমান জব্দকৃত বাহন দুখন নাফুকস্থিত সোণাৰি আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে । বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এখন বালিভৰ্তি ডাম্পাৰে ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নদীৰ গেমন ঘাটৰ(Burhi Dihing river) পৰা অবৈধভাৱে বালি কঢ়িয়াই শিৱসাগৰলৈ আনি থাকোতেই জব্দ কৰে বন বিভাগে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details