অসম

assam

শংকৰ লাল গোৱেংকালৈ 'সাহিত্য আৰু সংস্কৃতিৰ সমন্বয় বঁটা'

ETV Bharat / videos

Sahitya sangskritir samannoy award : শংকৰ লাল গোৱেংকালৈ ’সাহিত্য আৰু সংস্কৃতিৰ সমন্বয় বঁটা’ - শংকৰ লাল গোৱেংকা

By

Published : Mar 25, 2023, 10:22 PM IST

গুৱাহাটী, 25 মাৰ্চ :  উত্তৰ-পূব মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত শনিবাৰে 'সাহিত্য আৰু সংস্কৃতিৰ সমন্বয় বঁটা' সাংস্কৃতিক কৰ্মী তথা তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শংকৰ লাল গোৱেংকাক প্ৰদান কৰা হয় । শনিবাৰে গুৱাহাটীৰ ফাঁচী বজাৰৰ তেৰাপন্থ ভৱনত উত্তৰ পূব মাৰোৱাৰী যুৱ মঞ্চৰ ১৬ সংখ্যক প্ৰাদেশিক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় গোৱেংকালৈ ।

'সাহিত্য আৰু সংস্কৃতিৰ সমন্বয় বঁটা' গ্ৰহণ কৰি শংকৰ লাল গোৱেংকাই যথেষ্ট উৎফুল্লিত হৈ পৰাৰ লগতে আগন্তুক সময়ত শিল্প, সাহিত্য আৰু সাংস্কৃতিক জগতখনৰ বাবে অধিক কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (Award to Sankar lal Goenka) ।

বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইয়াৰোপৰি, কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে উত্তৰ-পূব মাৰোৱাৰী যুৱ মঞ্চৰ সদস্য সকল উপস্থিত থাকে (Sahitya sangskritir samannoy award 2023) ।

লগতে পঢ়ক :Scam at Gaon Panchayat: গাঁও পঞ্চায়তৰ দুৰ্নীতিত অতিষ্ঠ গাঁওবাসী, মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযানৰ দাবী

ABOUT THE AUTHOR

...view details