অসম

assam

ETV Bharat / videos

Assam HS Result 2022: কলা শাখাৰ ষষ্ঠ স্থানত জিলিকিল গে’টৱে একাডেমীৰ ৰজি ৰৌচন - Roji Roshan secured sixth position in Arts stream

By

Published : Jun 27, 2022, 12:52 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত ষষ্ঠ স্থান দখল কৰিছে বাইহাটা চাৰিআলিৰ গে’টৱে একাডেমীৰ ছাত্ৰী ৰজি ৰৌচনে (Higher Secondary result 2022) ৷ ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন ছাত্ৰী গৰাকীৰ । ৰজিৰ সাফল্যত শৈক্ষিক প্ৰতিষ্ঠানখনত এক উৎসৱমূখৰ পৰিৱেশে বিৰাজ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details