অসম

assam

ETV Bharat / videos

Robbery in Nagaon : নগাঁৱত দিন দুপৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা - অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা

By

Published : Dec 2, 2022, 7:02 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা (Increasing criminal incidents day by day)। নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙাই পুনৰ সংঘটিত হ’ল পথ ডকাইতিৰ এক ঘটনা (Robbery in Nagaon) ৷ ব্যৱসায়ীক আক্ৰমণ কৰি নগাঁৱত দিন দুপৰতে লুটি নিলে ধন । ব্যৱসায়ীৰ পৰা অস্ত্ৰধাৰী যুৱকৰ দলে লুটিলে চাৰি লক্ষাধিক টকা । নগাঁৱৰ হুজগাঁৱৰ সমীপতে শুকুৰবাৰে পুৱাই সংঘটিত হয় এই ডকাইতি কাণ্ডটো । ডকাইতৰ আক্ৰমণত আহত ছাইফুল ইছলাম নামৰ এজন ব্যৱসায়ী । আহত ছাইফুলৰ ঘৰ নগাঁৱৰ ছোটৰূপহীত । ঘটনা সন্দৰ্ভত ইতিমধ্যে নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details