অসম

assam

By

Published : Oct 18, 2022, 2:05 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

Ras celebrated in Majuli: বিদ্যালয়ত উদযাপন শ্ৰীকৃষ্ণৰ ৰাসলীলা

সমাগত ৰাস মহোৎসৱ ৷ মাজুলীৰ বনগাঁওস্থিত শঙ্কৰদেৱ শিশু নিকেতনে বিদ্যালয়তে অনুস্থিত কৰিলে শ্ৰীকৃষ্ণৰ ৰাসলীলা (Ras celebrated in Majuli)৷ এই বিদ্যালয়ত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও আন আন বিষয়ৰ লগতো চিনাকি কৰোৱা হৈ আহিছে । এই বিদ্যালয়খনৰ বাৰ্ষিক উৎসৱ "সাংস্কৃতিক মহোৎসৱ" এইবাৰ দুনিনীয়াকৈ আয়োজন কৰা হৈছে ৷ এই সাংস্কৃতিক মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰথম দিনা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুস্থান অনুস্থিত কৰা হয় । দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিনয়ৰে অনুস্থিত কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা । বিদ্যালয়খনৰ এই পদক্ষেপৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক সকলোৱে প্ৰশংসা কৰিছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details