অসম

assam

জোনাইত ৰাজীৱ গান্ধীৰ 32 তম মৃত্যু তিথি পালন

ETV Bharat / videos

Rajiv Gandhi death anniversary: জোনাইত ৰাজীৱ গান্ধীৰ 32 তম মৃত্যু তিথি পালন - জোনাইত ৰাজীৱ গান্ধীৰ 32 তম মৃত্যু তিথি পালন

By

Published : May 21, 2023, 10:39 PM IST

জোনাই, 21 মে’: আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 32 তম মৃত্যু তিথি (Rajiv Gandhi 32th death anniversary) ৷ দেওবাৰে জোনাইৰ মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ উদ্বোধন কৰি ৰাজীৱ গান্ধীৰ মৃত্যু তিথি পালন কৰে ৷ জোনাই মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ ৰাংকপ তিনিআলিস্থিত কাৰ্যালয় অৰ্থাৎ ৰাজীৱ ভৱনটোৰ উদ্বোধন কৰে জোনাইৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা চন্দিৰাম পেগুৱে (Rajiv Gandhi death anniversary observed at Jonai)। 

ইয়াৰ পিচতে জোনাই মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি বিজয় পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ মৃত্যু তিথি উপলক্ষে প্ৰতিচ্ছবিত সভাত উপস্থিত সকলো নেতা কৰ্মীয়ে মাল্যাৰ্পণ কৰে। এই অনুষ্ঠানত আগন্তুক পঞ্চায়ত, মিছিং স্বায়ত্তশাসিত পৰিষদ আৰু লোকসভা নিৰ্বাচনত বিৰোধীক ৰোধিবলৈ পূৰ্ণ প্ৰস্তুতি চলায় থকাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে জোনাইৰ কংগ্ৰেছী নেতা কৰ্মীসকলে ।

লগতে পঢ়ক:Junmoni Rabha mysterious death: লীনা দলে ব্যৰ্থ হ’ল! নৱনীত মহন্তই অপৰাধমুক্ত কৰিব পাৰিব নে কলঙৰ পাৰ ?

For All Latest Updates

ABOUT THE AUTHOR

...view details