Rahul Gandhi enjoys Bullock Cart: গৰুগাড়ীত উঠি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা - Bharat Jodo Yatra
দেশজুৰি অব্যাহত আছে ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা' (Bharat Jodo Yatra)৷ আজি ভাৰত জোড়ো যাত্ৰাৰ 95 তম দিন ৷ দেওবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজস্থানৰ বুন্দি জিলাৰ আৰ্নেথাৰ পৰা যাত্ৰা আৰম্ভ কৰে (Rahul Gandhi in Rajasthan)৷ এই যাত্ৰাৰ মাজতে ৰাহুল গান্ধীয়ে কোৰ্টাৰৰ খুৰ্দ গাঁৱত উপস্থিত হৈ চাহ আৰু পুৱাৰ আহাৰ গ্ৰহণ কৰে ৷ পুৱাৰ আহাৰ গ্ৰহণৰ পিছতেই প্ৰাক্তন জিলা প্ৰধান মহাবীৰ মীনাই এখন গৰু গাড়ী অনাত সেই গৰু গাড়ীত উঠি ৰাহুল গান্ধীয়ে কিছু দূৰ ভ্ৰমণ কৰে(Rahul Gandhi indigenous style in Bundi ) ৷
Last Updated : Feb 3, 2023, 8:35 PM IST