Raas Leela in Assam: ৰহাৰ হাৰিয়ামুখ দিহিং সত্ৰত ৰাস উদযাপন - Sri Krishna Raas Leela
🎬 Watch Now: Feature Video
সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে মধ্য অসমৰ ৰহাতো ৰাস মহোৎসৱক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে (Raas Leela in Assam) । ৰহাৰ হাৰিয়ামুখৰ শ্ৰীশ্ৰী দিহিং সত্ৰত অনুষ্ঠিত শ্ৰীকৃষ্ণ ৰাসলীলা (Sri Krishna Raas Leela) উপভোগ কৰিবলৈ সমাগম ঘটে শতাধিক দৰ্শকৰ (Raas Leela in Raha) । ১৯৭২ চনৰ পৰা পৰম্পৰাগতভাৱে উদযাপন কৰি অহা এই ৰাসখনে প্ৰতিগৰাকী দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈ আহিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST