অসম

assam

By

Published : Dec 14, 2022, 4:45 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / videos

Drugs in Barpeta: বাঘবৰত ড্ৰাগছ আসক্ত যুৱকক ৰাইজে বান্ধি থ’লে খুঁটাত

বৰপেটাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজীৱ নগৰত তিনিটা ড্ৰাগছভৰ্তি কন্টেইনাৰসহ এজন যুৱকক ৰাইজে বান্ধি ৰাখিলে খুঁটাত (Drugs addicted youth at Baghbar)৷ যুৱকজন বাঘবৰৰ গৰমবজাৰৰ আতোৱাৰ ৰাহমানৰ পুত্ৰ তবিবৰ আলি । পৰৱৰ্তী সময়ত ৰাইজে খবৰ দিয়াত ঘটনাস্থলীত বাঘবৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক থানালৈ লৈ যায় (Youth arrested with drugs in Barpeta)। জানিব পৰা মতে যুৱকজনে সেৱন কৰাৰ বাবে ড্ৰাগছখিনি আনিছিল । অতি সোনকালে গাঁওখন ড্ৰাগছমুক্ত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details