অসম

assam

By

Published : Nov 10, 2022, 10:36 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / videos

Anganwadi workers protest: অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত উত্তাল সোণাৰি

ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা (Assam Govt Decision to merge Anganwadi centres), চৰকাৰৰ ঘোষণা অনুসৰি অৱসৰপ্রাপ্ত কর্মী-সহায়িকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰা আৰু সকলো অংগনৱাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ দাবীত ৰাজ্যৰ ভিন্ন জিলাত আজি অংগনৱাড়ী কর্মী-সহায়িকাসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Anganwadi workers protest across Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হ'ল সোণাৰি । অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী পালন কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ বিভিন্ন ধ্বনি দি উত্তাল কৰি তোলে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ (Anganwadi workers protest in Sonari)।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details