অসম

assam

By

Published : Jul 29, 2022, 9:01 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

Football tournament at Rangapara: প্ৰয়াত ৰাজেন বৰঠাকুৰৰ সোঁৱৰণিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

ৰঙাপৰাৰ ফুটবল খেলুৱৈ আৰু ফুটবলপ্ৰেমীৰ বাবে সু-খবৰ । ৰঙাপৰাত অনুষ্ঠিত হ'ব প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা । পোন প্ৰথমবাৰৰ বাবে ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টি ভিত্তিত তেজপুৰ-ৰঙাপৰা বিধানসভাৰ বিধায়ক তথা সুদক্ষ খেলুৱৈ প্ৰয়াত ৰাজেন বৰঠাকুৰৰ(Ex MLA Rajen Borthakur) সোঁৱৰণত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব (Prizemoney football tournament at Rangapara) । প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উদ্যোগ লৈছে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে(MLA Krishna Kamal Tanti) ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details