অসম

assam

By

Published : Sep 11, 2022, 7:37 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্বোধন কৰিব মহীশূৰ দশেৰা উৎসৱ

এইবাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্বোধন কৰিব মহীশূৰ দশেৰা উৎসৱ (President Draupadi Marmu) ৷ আগন্তুক 26 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহীশূৰ দশেৰা উৎসৱ (Mysuru Dussehra) ৷ এই উৎসৱত কাক কাক আমন্ত্ৰণ কৰিব লাগিব সেই বিষয়ে আলোচনা কৰা হৈছিল বুলি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে (CM Basavaraja Bommai) বেংগালুৰুৰ গান্ধীভৱনত শনিবাৰে সদৰী কৰে ৷ এই আলোচলাৰ পিছতেই মহীশূৰ দশেৰা উৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ সেই পত্ৰৰ সন্মতি প্ৰদান কৰি শনিবাৰে দেশৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতিয়ে (First citizen of nation Draupadi Marmu) পত্ৰ প্ৰেৰণ কৰে বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details