অসম

assam

ETV Bharat / videos

Fish poisoning in Bihali: এইবাৰ মাঘ বিহুত ম্লান পৰিল ৩ খনকৈ গাঁৱৰ মাছ মৰাৰ আনন্দ ! - নানা প্ৰজাতিৰ মাছৰ অস্বাভাৱিক মৃত্যু

By

Published : Jan 10, 2023, 12:26 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বাপতিসাহোন‌ মাঘ বিহুত পৰম্পৰাগতভাৱে সমুহীয়াকৈ মাছ মৰাৰ আনন্দ এইবাৰ ম্লান পৰিল বিহালী সমষ্টিৰ অন্তৰ্গত ৩ খনকৈ গাঁৱত । বিহালীৰ বৰাজুলীস্থিত বৃহৎ ৰাজহুৱা বিলত সোমবাৰৰ পৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে নানা প্ৰজাতিৰ মাছৰ অস্বাভাৱিক মৃত্যু । কোনো দুষ্ট লোকে ৰাজহুৱা বিলখনত বিহ ঢালি মাছ হত্যা কৰা কাৰ্য সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Fish poisoning in Bihali)৷ স্থানীয় ৰাইজে তীব্ৰ ভাষাৰে ঘটনাটোক গৰিহণা দিয়াৰ লগতে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দোষীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details