অসম

assam

ETV Bharat / videos

Picnic spot at Chandrapur : চন্দ্ৰপুৰৰ বনভোজস্থলীত বনভোজকাৰীৰ ভিৰ - শেষ হ’ব এই বৰ্ষ

🎬 Watch Now: Feature Video

By

Published : Dec 25, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

শেষ হ’ব এই বৰ্ষ ৷ আজি এই বৰ্ষৰ শেষৰটো দেওবাৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিৰ কৰিছেহি বনভোজ প্ৰেমীয়ে (Season for picnics) ৷ বাদ পৰি ৰোৱা নাই চন্দ্ৰপুৰৰ বিভিন্ন অঞ্চলটো (Picnic spot at Chandrapur) ৷ 2022 বৰ্ষৰ শেষৰটো দেওবাৰে চন্দ্ৰপুৰ এলেকাৰ পানীখাইতিৰ হাতীশিলা, তাঁতীমাৰাৰ তপোবন, আবেলিঘাট, চানচাইন, ঠাকুৰকুচীৰ খামব্ৰেং বিল আদিত বনভোজ দলে ভিৰ কৰা পৰিলক্ষিত হয় (Picnic parties gathered at Chandrapur in Guwahati)। ইপিনে এই বনভোস্থলীলৈ অহা যানবাহনৰ ভিৰৰ বাবে নাৰেংগী চন্দ্ৰপুৰ ৰোডত ভীষণ যানজঁটৰ সৃষ্টি হোৱা দেখা যায় ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details