অসম

assam

ETV Bharat / videos

Japanese Encephalitis in Assam: হোজাই জিলাৰ প্ৰথমজন জাপানীছ এনকেফেলাইটিছত মৃত্যু

By

Published : Jul 15, 2022, 9:32 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোজাই জিলাৰ লংকাৰ এজন ব্যক্তি (Japanese Encephalitis die in Hojai) । গুৱাহাটী মেডিকেল কলেজত(Japanese Encephalitis in GMCH) মৃত্যু হয় লোকজনৰ । মৃত লোকজনৰ নাম ৰাজীৱ উদ্দিন (৩৫) । যোৱা বুধবাৰৰ পৰা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আছিল লোকজন । মৃত্যুৰ সময়ত লোকজনে দুটি সন্তানসহ পত্নীক এৰি থৈ যায় ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details