অসম

assam

মাজুলীৰ গড়মূৰ কছাৰী মৈদানত মন্ত্ৰী সঞ্জয় কিষাণ

ETV Bharat / videos

Orunodoi card distribution : মাজুলীত অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী সঞ্জয় কিষাণৰ - bjp on st demand

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:17 AM IST

মাজুলী, 13 অক্টোবৰ: মাজুলীৰ গড়মূৰ কছাৰী মৈদানত অৰুণোদয় 2.0 অধীনত অৰুনোদয়ৰ নতুন হিতাধিকাৰীসকলৰ মাজত অৰুণোদয়ৰ কাৰ্ড বিতৰণ কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে । অৰুণোদয় 2.0 আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত কাৰ্ড বিতৰণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে । অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰম মন্ত্ৰীগৰাকী বিৰোধী দল কংগ্ৰেছৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হয় ৷ 

মন্ত্ৰীগৰাকীয়ে কয় , "কংগ্ৰেছ যোৱা 70 বছৰে বাগানৰ পথ নিৰ্মাণ কৰিবলৈ সময় নাপালে ৷ আনকি জাতি-জনগোষ্ঠীৰ মাজত সম্পৰ্ক স্থাপন কৰাতো ব্যৰ্থ কংগ্ৰেছ দল । তেওঁলোকে জনগোষ্ঠীয় লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে ।" 

মন্ত্ৰীগৰাকীয়ে লগতে ছয় জনগোষ্ঠী সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই জনজাতিকৰণৰ বিষয়টো মন্ত্ৰীগৰাকীৰ লগতে বিজেপি দলে গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :Lok Sabha Elections 2024: ‘য’তেই খালী মাটি চকুত পৰিছে সেইখিনিকেই দখল কৰি লৈছে মুখ্যমন্ত্ৰীয়ে’- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details