অসম

assam

ETV Bharat / videos

Opposition leader Debabrat Saikia : চৰ অঞ্চলত ভূমি পট্টা নিদিয়াৰ বিৰোধিতা বিৰোধীৰ - গোলাঘাটৰ 100 কোটিটকীয়া কেলেংকাৰী

By

Published : Nov 15, 2022, 5:48 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

বিজেপি চৰকাৰখনে উন্নয়ণৰ নামত পৰিৱেশতন্ত্ৰ বিনষ্ট কৰি অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনত ইন্ধন যোগাইছে (Climate Change report)। কাজিৰঙালৈ বৈ অহা নদীত অবৈধ খননকাৰ্য চলাই ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে একাংশ ৰাজনৈতিক নেতাই (Illegal mining at Kaziranga)৷ এনে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition leader Debabrat Saikia)৷ শইকীয়াই লগতে গোলাঘাট নগৰ উন্নয়ণৰ নামত হোৱা কেলেংকাৰী সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ গোলাঘাটৰ 100 কোটিটকীয়া কেলেংকাৰীৰ অভিযোগৰো চিআইডি তদন্তৰ দাবী জনাইছে বিৰোধী দলপতিগৰাকীয়ে (CIDF scam in Golaghat)৷ লগতে সোমবাৰে ৰাজ্যত মুকলি হোৱা মিছন বসুন্ধৰা 2.0ৰ(Mission Basundhara 2.0) জৰিয়তে চৰ অঞ্চলৰ মাটি নামজাৰি নহ’ব বুলি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details