One deid in lightning strike: কলিয়াবৰত বজ্ৰপাতত নিহত এজন - Lightning strikes in Kaliabar
কলিয়াবৰ, ২৩ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালী বিহু তথা ঈদৰ ব্যাপক আনন্দ উচাহ । কিন্তু ইয়াৰ মাজতে বতৰেও লৈছে ৰুষ্ট ৰূপ । ঠায়ে ঠায়ে প্ৰচণ্ড শিলাবৃষ্টি-ধুমুহাই সৃষ্টি কৰিছে তাণ্ডৱৰ (Heavy Storm and hailstorm in Assam) । ঈদৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত সংঘটিত হৈছে অঘটন (Lightning strikes in Kaliabar) । কলিয়াবৰৰ বামুণী ভাটাবাৰীত ব্ৰজ পৰি কৰুণ মৃত্যুক সাৱটিলে এজন লোকে (One killed in lightning strike in Kaliabor) ।
মৃত ব্যক্তিজন ভাটাবাৰীৰ নুৰ মহম্মদ আলি বুলি জানিব পৰা গৈছে (One deid in lightning strike) । ঘৰৰ পিছফালে গা ধুই থকাৰ সময়তে বজ্ৰ পৰি লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ঈদৰ আনন্দ উল্লাসৰ মাজতে এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ বামুণী অঞ্চলতে ।
লগতে পঢ়ক:Bat preserve at Dhakuakhana: এজাক বাদুলী আৰু দুজন ভাতৃৰ 20 বছৰীয়া প্ৰকৃতি প্ৰেমৰ এক অনন্য কাহিনী