অসম

assam

ETV Bharat / videos

One died in Golaghat accident: নৈশ চুপাৰ বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত নিহত এজন

By

Published : Jan 4, 2023, 1:09 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Accident in Golaghat)। যোৰহাট দিশৰ পৰা আহি থকা AR-01Q-5607 নম্বৰৰ নৈশ চুপাৰখনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা AS-03T-4443 নম্বৰৰ বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয় । এই দুৰ্ঘটনাত কমাৰগাঁৱৰ পানীদিহিঙিয়া গাঁৱৰ উদীয়মান শিল্পী সাগৰ বুঢ়াগোহাঁই থিতাতে নিহত হয় (Artist sagor Borgohain dead in Accident) । ইফালে শিল্পী সাগৰ বুঢ়াগোহাঁইৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকত মৰ্মাহত হৈ পৰে আত্মীয়ৰ লগতে স্থানীয় ৰাইজ,শুভাকাংক্ষীসকল৷ সৰবৰাহী যুৱক তথা গিটাৰ বাদক সাগৰ বুঢ়াগোহাঁইৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে (One died in Golaghat accident) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details