অসম

assam

By

Published : Sep 3, 2022, 9:58 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

নগাঁৱত ৰে’লৰ চেপাত মৃত্যু যুৱকৰ

নগাঁও শিয়ালমাৰীত অঘটন ৷ ৰে’লৰ চেপাত মৃত্যু হয় এজন অচিনাক্ত যুৱকৰ (youth died in Nogaon)৷ শিলঘাটৰ পৰা গুৱাহাটী অভিমুখে অহা ৰে’লখনৰ চেপাত মৃত্যু হয় যুৱকজনৰ (youth death in front of train)৷ সম্প্ৰতি যুৱকজনৰ মৃত্যুয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰে’ল লাইনৰ দাঁতিৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহটো ৷ বাতৰিটো প্ৰকাশ হোৱা সময় পৰ্যন্ত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details