অসম

assam

NSUI ৰ স্বাক্ষৰ অভিযান

ETV Bharat / videos

NSUI signature campaign in Guwahati : দিল্লীত মহিলা মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ সপক্ষে NSUIৰ স্বাক্ষৰ অভিযান

By

Published : May 30, 2023, 10:29 PM IST

Updated : May 30, 2023, 10:35 PM IST

গুৱাহাটী , ৩০ মে’ : দেশৰ মহিলা মল্ল যোদ্ধাসকলৰ ওপৰত চৰকাৰে চলোৱা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে NSUI ৰ স্বাক্ষৰ অভিযান (NSUI signature campaign in Guwahati) । মঙলবাৰে NSUI গোটৰ লগতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰীসকলৰ সহযোগিতাত স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয় ৷

এই স্বাক্ষৰ অভিযানৰত NSUI ৰ ৰাজ্যিক সম্পাদক জোনেইদ হুছেইনে কয়, ‘‘প্ৰধানমন্ত্ৰীক NSUI তৰফৰ পৰা দৃষ্টি গোচৰ কৰিব বিচাৰিছে যে, মল্ল যোদ্ধাসকলৰ লগত আমি আছো ৷ পদকপ্ৰাপ্ত মহিলাসকলক সঁহাৰি জনাই যাম’’ (Wrestlers protest in Delhi) ৷

উল্লেখ্য যে, ভাৰতীয় মল্লযোদ্ধা ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত ২৮ মে’ আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মহিলা মল্লযোদ্ধাৰ ওপৰত জঁপিয়াই পৰিছিল পুলিচ । মহিলা মল্লযোদ্ধাক যৌন আতিশায্য চলোৱাৰ অভিযোগ বিজেপি সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে ৷ তাৰে প্ৰতিবাদত মঙলবাৰে NSUI য়ে আৰম্ভ কৰে এই স্বাক্ষৰ অভিযান ।

লগতে পঢ়ক :RJD Twit on Sengol : ছেংগোল বিতৰ্কত নতুন ইন্ধন আৰজেডিৰ; হিন্দী ছবিৰ লাঠিৰ ফটোৰে তুলনা কৰি টুইট

Last Updated : May 30, 2023, 10:35 PM IST

ABOUT THE AUTHOR

...view details