অসম

assam

ETV Bharat / videos

সোণাৰিত NSCN-IMৰ সদস্যক আটক কৰিলে সেনা আৰক্ষীয়ে - নগা উগ্ৰপন্থী সংগঠন

By

Published : Sep 2, 2022, 7:01 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

চৰাইদেউৰ সোণাৰিত NSCN (IM) ৰ সদস্য আটক । অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত সেনাই আটক কৰে নগা উগ্ৰপন্থী সদস্যজনক ৷ আটকাধীন NSCN (IM) সদস্য জনৰ নাম টাইনাই ৱাংনাও ৷ ৱাংনাও নগা উগ্ৰপন্থী সংগঠনটোৰ(Naga nationalist separatist group) যুদ্ধ বিৰতি গোটৰ সদস্য বুলি জানিব পৰা গৈছে (National Socialist Council of Nagaland Isak Muivah)৷ উগ্ৰপন্থী সদস্য জনৰ সম্পৰ্কত আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও সোণাৰি আৰক্ষী থানাত আটকাধীন NSCN (IM) সদস্য জনক জেৰা অব্যাহত ৰাখিছে সেনা আৰু সোণাৰি আৰক্ষীয়ে (NSCN IM member arrested)।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details