অসম

assam

ETV Bharat / videos

New born body recovered: কলগাছিয়াত নৱজাতকৰ মৃতদেহ উদ্ধাৰ - Neonatal death body recovered

By

Published : Nov 16, 2022, 1:30 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

মঙলবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টি এন ডি বজাৰৰ কাষতে থকা ক্ষুদ্ৰকুছি দলঙৰ তলত পুৱাৰ ভাগত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ(Neonatal death body recovered) । পুৱাতে মাছমৰীয়াই কলা পলিথিনত ভৰাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহটি(Infants death body recovered in Rangia) । অচিনাক্ত মৃতদেহটি পুত্ৰ সন্তান বুলি চিনাক্ত কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details