ETV Bharat Assam

অসম

assam

video thumbnail

ETV Bharat / videos

অসম মেঘালয় সীমান্তৱৰ্তী খাৰখুঁটাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Paragliding Accuracy Championship - ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুঃসাহসিক পেৰাগ্লাইডিং একুৰেচি চেম্পিয়নশ্বিপ

author img

By

Published : Apr 30, 2022, 4:46 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

অসম মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ খাৰখুঁটাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুঃসাহসিক পেৰাগ্লাইডিং একুৰেচি চেম্পিয়নশ্বিপ (National level Paragliding Accuracy Championship) । আজিৰ পৰা চাৰিদিনকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ বাবে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ( Paragliding Accuracy Championship in Assam Meghalya border)। মেঘালয় চৰকাৰৰ সৌজন্যত খাৰখুঁটা পেৰাগ্লাইডিং এচ্যেচিয়েচন আয়োজন কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে মেঘালয়ৰ বন আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী জেনচ্ পি কে চাংমাই ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details