অসম

assam

ETV Bharat / videos

Miya museum Jihadi link : জেহাদীৰে যোগসূত্ৰ মিঞা মিউজিয়ামৰ !

By

Published : Oct 26, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ৰাজ্যত মিঞা মিউজিয়ামক লৈ বিতৰ্ক অব্যাহত আছে (Miya museum controversy)। ইতিমধ্যে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক আৰু উপ-সভাপতি আব্দুল বাতেনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Mohar Ali arrested for Miya museum controversy)। গ্ৰেপ্তাৰৰ পাছতে গুৰুত্বপূৰ্ণ মন্তব্য আৰক্ষীৰ । জেহাদীৰে সম্পৰ্ক আছে অসম মিঞা পৰিষদৰ ধৃত বিষয়ববীয়া কেইজনৰ (Asom Miyan Parishad leaders arrested)। নলবাৰীৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে জনোৱা মতে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন জেহাদীৰে তেওঁলোকৰ যোগসূত্ৰ পোৱা গৈছে (Nalbari SP on Miya museum Jihadi link)। তেওঁ উল্লেখ কৰা মতে মিঞা মিউজিয়ামৰ উদ্বোধক তানু ধাদুমিয়াকো সোধা-পোছাৰ বাবে অনা হৈছে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে আটাইকেইগৰাকীকে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details