অসম

assam

ETV Bharat / videos

Pradyut Bordoloi on Assam Meghalaya border conflict: জ্বলা জুইত ঘিউ নাঢালিবলৈ আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ - reactions on Assam Meghalaya border conflict

By

Published : Nov 23, 2022, 8:48 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

অসম মেঘালয়ৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিক লৈ বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উদ্বেগ প্ৰকাশ (MP Pradyut Bordoloi)। বুধবাৰে মৰিগাঁও আৱৰ্ত্ত ভৱনত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ বৰদলৈয়ে কয় যে এইক্ষেত্ৰত অসম চৰকাৰ আৰু মেঘালয়ৰ চৰকাৰে সমূহীয়া উদ্যোগৰে সমস্যাৰ সমাধান কৰা উচিত(Morigaon MP Pradyut Bordoloi reactions on Assam Meghalaya border conflict)। এই সংঘাত প্ৰশমিত কৰা বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । একেদৰে গুৱাহাটীত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে সাংসদ বৰদলৈয়ে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details