অসম

assam

ETV Bharat / videos

MLA Prasanta Phukan, মৰা দিনটোলৈকে ভাৰতীয় জনতা পাৰ্টিতে থাকিব বিধায়ক প্ৰশান্ত ফুকন - আজাদী কা অমৃত মহোৎসৱ

By

Published : Aug 12, 2022, 9:54 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

মৰি যোৱা দিনালৈকে ভাৰতীয় জনতা পাৰ্টীত থাকিব বিধায়ক প্ৰশান্ত ফুকন (MLA Prasanta Phukan will remain in BJP till his death)। শেহতীয়াকৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনক কটাক্ষ কৰি কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহ্বান জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় প্ৰশান্ত ফুকনে (Debabrat Saikia comments on Prasanta Phukan)। ইয়াৰ সকলোখিনি উত্তৰ ১৫ তাৰিখৰ পিছত দিয়া হ'ব বুলি মন্তব্য কৰে প্ৰশান্ত ফুকনে । কংগ্ৰেছ দলক নিজৰ ভেঁটি ঠিক কৰাৰ লগতে গুৰিবঠা ঠিক কৰি ল'বলৈ পৰামৰ্শ দিয়ে বিধায়কগৰাকীৰ । উল্লেখ্য যে, ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজিত ভাৰতীয় জনতা পাৰ্টীৰ এক বাইক ৰেলীত হেলমেট অবিহনে অংশগ্ৰহণ কৰে বিধায়ক প্ৰশান্ত ফুকনে (BJP Bike rally in Dibrugarh)।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details