অসম

assam

ETV Bharat / videos

পকীপথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে - MLA Biswajit Phukan laid Foundation stone of roads

By

Published : Aug 26, 2022, 7:26 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আচঁনিৰ (CSSR Scheme of Numaligarh Refinery) অধীনত তেলগৰমৰ লগতে আন তিনিটা পকীপথৰ আধাৰশিলা স্থাপন সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ (MLA Biswajit Phukan laid Foundation stone of roads) । গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ (Numaligarh Refinery) সমীপৱৰ্তী সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ চাৰিটাকৈ গাঁৱলীয়া পথ পকীকৰণৰ লগতে মৰঙী দীননাথ হাইস্কুলৰ শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক বিশ্বজিৎ ফুকনে । আধাৰশিলা স্থাপন অনুষ্ঠানত শোধনাগাৰৰ মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈ, জ্যেষ্ঠ প্ৰবন্ধক আইনুচুল ইছলামো উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details