অসম

assam

জোনাইৰ পূজা কমিটিকসমূহক আৰ্থিক সাহায্য প্ৰদান বিধায়ক ভূৱন পেগুৰ

ETV Bharat / videos

MLA Bhubon Pegu: জোনাইত পূজা কমিটীক দহ হাজাৰকৈ টকাৰ চেক বিতৰণ বিধায়ক ভূৱন পেগুৰ - Durga Puja 2023

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 4:52 PM IST

জোনাই, 22 অক্টোবৰ :ৰাজ্যৰ তিনি বছৰ পুৰণি পূজা কমিটীসমূহক 10 হাজাৰকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ সেই ঘোষণাৰ পাচতে শনিবাৰে জোনাইৰ বিভিন্ন পূজা মণ্ডপে মণ্ডপে গৈ পূজা কমিটিসমূহক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে বিধায়ক ভূৱন পেগুৱে ৷

জোনাই সমষ্টিত এইবাৰ 65 খনকৈ পূজা অনুষ্ঠিত হৈছে ৷ ইয়াৰে শনিবাৰে নিশা জোনাই ৰাজহুৱা গাড়ী আস্থানত জোনাই সাৰ্বজনীন দুৰ্গা মন্দিৰ, জোনাই হনুমান মন্দিৰ, মুৰ্কংচেলেক ৰে’লৱে ষ্টেচন, গান্ধী ৰোড দুৰ্গা পূজা, ৰুকচিনকে ধৰি কেবাটাও পূজা কমিটীক চৰকাৰৰ ৰাজ সাহাৰ্য বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷

‘‘পূজা কিমটীসমূহক চান্দা সাংস্কৃতি পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা ১০ হেজাৰ টকা কৈ ৰাজ সাহায্য প্ৰদান কৰিলোঁ ৷ ইয়াৰ জৰিয়তে পূজা কমিটীসমূহৰ উপকৃত হৈছে  ৷’’ এই মন্তব্য বিধায়ক পেগুৰ ৷

লগতে পঢ়ক:Durga Puja 2023: আজি মহা সপ্তমী, উখল-মাখল পৰিৱেশ ধেমাজিতো

ABOUT THE AUTHOR

...view details