অসম

assam

Ranjit Kumar Dass at Bihpuria: ৰণজিৎ দাসে ক’লে; শিক্ষাখণ্ডত দুৰ্নীতি থকাটো পুনৰ প্ৰমাণিত হ’ল

By

Published : Aug 7, 2022, 4:29 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ৰাজ্যত শেহতীয়াকৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ইজনৰ পিছত সিজন দুৰ্নীতিত লিপ্ত বিষয়া গ্ৰেপ্তাৰ হৈছে (Anti Corruption Mission in Assam)। শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ককো দুৰ্নীতিৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল (Bhattadev university Registrar Arrested)। ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী তথা আইন বিভাগৰ দ্বায়িত্বত থকা ৰণজিৎ কুমাৰ দাসে এই` সন্দৰ্ভত সংবাদ মাধ্যমক আগত কয়, ‘‘পঞ্জীয়কগৰাকী আচলতে এইটোৰ পৰা আঁতৰি থাকিব লাগিছিল ৷ শিক্ষানুষ্ঠানত সৰ্বাধিক দুৰ্নীতি হৈ থকাৰ যি অভিযোগ সেই অভিযোগ পুনৰ প্ৰমাণিত হ'ল ৷ আইনে নিজে গতি ল'ব’’ (Minister Ranjit Kumar Dass reacts on Bhattadev university Registrar Arrest)৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details