অসম

assam

ETV Bharat / videos

কাৰ্বি পাহাৰত কংগ্ৰেছৰ ভোট আপলৈ গৈছে : পীযুষ হাজৰিকা - আপলৈ কংগ্ৰেছৰ ভোট

By

Published : Jun 12, 2022, 8:10 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

পূৰ্বানুমান মতেই হৈছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ফলাফল (KAAC election result)৷ পূৰ্বতকৈ ভোট বাঢ়িছে বিজেপিৰ ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Pijush Hazarika) ৷ বিজেপিৰ আগতকৈ উত্থান হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰৰাকীয়ে কয় যে, কংগ্ৰেছে মৰ্যদা হেৰুৱাইছে ৷ আপৰ উত্থান হোৱা বুলি স্বীকাৰ কৰি মন্ত্ৰীগৰকীয়ে কয় যে, আপলৈ কংগ্ৰেছৰ ভোট গৈছে (APP in KAAC election)৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details