অসম

assam

ETV Bharat / videos

Minister Pijush Hazarika : দুখীয়া শব্দৰ বিলুপ্তি ঘটাবলৈ অৰুণোদয় আঁচনিৰ প্ৰণয়ন

By

Published : Dec 14, 2022, 5:35 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

অসমৰ মানুহক কষ্টত থাকিবলৈ দিব নোৱাৰে চৰকাৰে ৷ অসমৰ মানুহৰ মাজৰ পৰা দুখীয়া শব্দটো নাইকিয়া কৰাৰ স্বাৰ্থত চৰকাৰে 20 লাখ পৰিয়ালক অৰুণোদয়-1.0ত অন্তৰ্ভক্ত কৰাৰ পাছত অৰুণোদয় 2.0ত অন্তৰ্ভুক্ত কৰিব 6.5 লাখ পৰিয়ালক(Orunodoi scheme)৷ অৰুণোদয় আঁচনিত অন্তৰ্ভূক্ত কৰা হ’ব মুঠ 35 লাখ পৰিয়ালক ৷ চাকৰিৰ দৰমহা বঢ়াৰ দৰেই বাঢ়ি গৈ থাকিব অৰুণোদয় আঁচনিৰ ধন ৷ 2023ৰ 10 এপ্ৰিলৰ পৰা অৰুণোদয় 2.0ৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে ৷ মৰিগাঁৱত উপস্থিত হৈ এনেদৰে মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika)৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details