অসম

assam

ETV Bharat / videos

Assam minister Twitter account hacked:মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ টুইটাৰ একাউন্ট হেক - Minister JayantMalla Baruahs Twitter account

By

Published : Jan 11, 2023, 2:30 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ টুইটাৰ একাউণ্ট হেক হৈছে (Minister JayantMalla Baruahs Twitter account hacked)। তেজপুৰত বুধবাৰে এই বিষয়ে সদৰি কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে মঙলবাৰে নিশাৰে পৰা তেওঁৰ টুইটাৰ একাউণ্টত বিদেশী কাৰেঞ্চি আৰু ক্ৰিপ্ট’ কাৰেঞ্চিৰ মেছেজ আহি আছে (Crypt Currencys Message) । তেওঁ এই বিষয়টো ইতিমধ্য়ে আৰক্ষীক অৱগত কৰা বুলি কয় । তেওঁ লগতে কয় যে কোনো ধৰণৰ ৰাজনৈতিক মেছেজ বৰ্তমানলৈকে অহা নাই । মন্ত্ৰীগৰাকীয়ে বৰ্তমান তেওঁৰ টুইটাৰ বন্ধ ৰখা বুলি উল্লেখ কৰি টুইটাৰত অনুৰাগীসকলক মঙলবাৰ আৰু বুধবাৰে হোৱা টুইটসমূহ আন ফলো কৰিবলৈ আহ্বান জনাইছে (Minister JayantMalla Baruah at Tezpur) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details