অসম

assam

NSUI protest in Karimganj: শ্বিলঙত বঙালী যুৱকক নিৰ্যাতন, NSUI য়ে কৰিলে প্ৰতিবাদ

By

Published : Nov 3, 2022, 11:58 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

শ্বিলঙত এজন বঙালী যুৱকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি কৰিমগঞ্জ জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সম্মুখত ছাত্ৰ সংগঠন NSUI ৰ তীব্ৰ প্ৰতিবাদ (NSUI protest in Karimganj) ৷ লগতে এজন বঙালী যুৱকৰ ওপৰত হোৱা নিৰ্যাতনৰ এই ঘটনাক গৰিহণা দি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাৰো জুমুঠি দাহ কৰে ছাত্ৰ সংগঠনটোৱে (Meghalaya CM Effigy burnt) ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীক এই প্ৰসংগত ক্ষমা খুজাৰ বাবেও দাবী জনালে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই । ছাত্ৰ সংগঠনটোৰ নেতৃত্বই অসমৰ মুখ্যমন্ত্ৰীকো এই ঘটনা সন্দৰ্ভত মাত মাতিবলৈ জনালে আহ্বান ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details