অসম

assam

অগ্নিকাণ্ডৰ ঘটনা

ETV Bharat / videos

Fire breaks out : মাকুমৰ নতুন গান্ধীনগৰত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ৪ টাকৈ বাসগৃহ - বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:53 PM IST

Updated : Oct 13, 2023, 10:14 PM IST

তিনিচুকীয়া, ১৩ অক্টোবৰ : শুকুৰবাৰে বিয়লি মাকুমৰ নতুন গান্ধী নগৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত অতুল নেওগ নামৰ ব্যক্তিজনৰ ৪ টাকৈ ভাড়াঘৰ জাহ যায় ৷

অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অগ্নিকাণ্ডত প্ৰায় পাঁচ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ৷

এই ঘটনা সংঘটিত হোৱা স্থানৰ নিচেই কাষতে অৱস্থিত ২০ নং তৈল খাদ ৷ কিন্তু সৌভাগ্যক্ৰমে অগ্নিকাণ্ডৰ লেলিহান শিখা নপৰিল তৈলখাদত ৷ ফলত আন এক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল নতুন গান্ধী নগৰ ৷ 

লগতে পঢ়ক :Woman Found Dead in Hajo : ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা, তীৰ্থনগৰীত চাঞ্চল্য

Last Updated : Oct 13, 2023, 10:14 PM IST

ABOUT THE AUTHOR

...view details