অসম

assam

শ্ৰীনগৰৰ লেহ ৰাষ্ট্ৰীয় ঘাইপথত হিমবাহ

ETV Bharat / videos

Kashmir districts on alert : শ্ৰীনগৰৰ লেহ ৰাষ্ট্ৰীয় ঘাইপথত হিমবাহ; পোত গ’ল তিনিখন ট্ৰাক - হিমস্খলনৰ সতৰ্কবাণী জাৰি

By

Published : Apr 16, 2023, 10:48 PM IST

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল :দেওবাৰে শ্ৰীনগৰৰ লেহ ৰাষ্ট্ৰীয় ঘাইপথত জোজিলাত সংঘটিত হয় এক অঘটন ৷ হঠাৎ সংঘটিত হিমবাহৰ ফলত বৰফত পোত যায় তিনিখন ট্ৰাক (Three trucks were trapped in a massive avalanche in Sonmarg) ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, এই হিমবাহৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই ৷

কিন্তু এই হিমবাহৰ ফলত কেবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যান-বাহন চলাচলতো ব্যাহত হৈ পৰে ৷ উল্লেখ্য যে, ইতিমধ্যে চৰকাৰী কৰ্তৃপক্ষৰ তৰফৰ পৰা জম্বু-কাশ্মীৰৰ 4 খন জিলাত হিমস্খলনৰ সতৰ্কবাণী জাৰি কৰিছিল ৷ এই 4 খন জিলাৰ ভিতৰত অন্যতম আছিল সোণমাৰ্গৰ জোজিলা (Kashmir districts on alert) ৷ দেওবাৰে জোজিলাত হোৱা হিমস্খলনে এতিয়া শংকিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক ৷

লগতে পঢ়ক :Mamun Shah Khan got married; জন সেৱাৰ বাবে বিয়া পাতিবলৈ সময় নোপোৱা কংগ্ৰেছ নেতাজনে পাতিলে বিয়া !

ABOUT THE AUTHOR

...view details