অসম

assam

By

Published : Jan 7, 2023, 12:19 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Wild bull attack at Juria: বনৰীয়া ম’হৰ আক্ৰমণত আহত এজন লোক

নগাঁও জিলাৰ জুৰীয়াত বনৰীয়া ম’হৰ আতংক (Wild bull attack at Juria) ৷ সুঁতিৰপাৰত বনৰীয়া ম’হৰ আক্ৰমণত আহত হয় এজন লোক (Man injured in a wild bull attack in Nagaon)। লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হে দৌৰাই দৌৰাই আক্ৰমণ কৰে লোকজনক । আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈছে মোবাইলৰ কেমেৰাত । বনৰীয়া ম'হৰ আক্ৰমণত আহত হৈছে ফৈজুল হ'ক নামৰ লোকজন ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details