অসম

assam

Dead Body found in Lakhimpur : পথালিপাহাৰৰ ৰেলপথৰ কাষত মৃতদেহ উদ্ধাৰ

By

Published : Dec 6, 2022, 3:20 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

লখিমপুৰৰ পথালিপাহাৰত ৰে’লপথৰ কাষতে উদ্ধাৰ হৈছে এটা মৃতদেহ (Dead body at Pathali Pahar) ৷ পথালিপাহাৰৰ গণেশ ভূজেল নামৰ প্ৰায় ৩০ বছৰীয়া লোকজনৰ মৃতদেহটো ৰে’লপথৰ কাষতে পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে(Man found dead in Lakhimpur)৷ ইতিমধ্যে বান্দৰদেৱা আৰক্ষী আৰু চৰকাৰী গাওঁপ্ৰধান ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি মৃত ব্যক্তিজন মানসিক বিকাৰগ্ৰস্ত আছিল । ইফালে স্থানীয় ৰাইজে ৰে’লৰ খুন্দাতে লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে (Train hits man in Lakhimpur)।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details