অসম

assam

ETV Bharat / videos

চলন্ত ৰেলৰ আগলৈ পত্নীক গতিয়ালে দুটি সন্তানৰ পিতৃয়ে - Maharashtra railway station CCTV footage

By

Published : Aug 23, 2022, 9:44 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

টোপনীত লালকাল পত্নীক গতিয়ালে চলন্ত ৰেলৰ আগলৈ (Man kills wife pushing in front of train)৷ ইয়াৰ পাছত প্লেটফৰ্মতে শুই থকা সন্তান দুটিক লৈ ততাতৈয়াকৈ ষ্টেচনৰ পৰা পলায়ন পাষাণ পুৰুষৰ৷ ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰত ৷ মহাৰাষ্ট্ৰৰ ভাচাই ৰেল ষ্টেচনৰ(Vasai Road railway station in Maharashtra) প্লেটফৰ্মত শুই থকা পত্নীক স্বামীয়ে ৰেলৰ আগলৈ ঠেলা মাৰি দিয়া সমগ্ৰ ঘটনা বন্দী হৈ ৰ’ল চিচিটিভি কেমৰাত (Maharashtra railway station CCTV footage) ৷ ইতিমধ্য ভাচাই ৰেলৱে আৰক্ষীয়ে অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details