অসম

assam

২৫০ বছৰ পুৰণি আমগুৰি নামতিৰ দেৱী দ’লত মহা নৱমীৰ আধ্যাত্মিক পৰিৱেশ

By

Published : Oct 4, 2022, 7:55 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

২৫০ বছৰ পুৰণি আমগুৰি নামতিৰ দেৱীদলত বিৰাজমান মহা নৱমীৰ আধ্যাত্মিক পৰিৱেশ (Maha Navami2022)৷ বৈদিক নীতি-নিয়মেৰে নামতিৰ দেৱীদলত অনুষ্ঠিত হৈছে নৱমী পূজা ৷ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত নামতিয়াল ভাগতী বৰবৰুৱাই নিৰ্মাণ কৰা দেৱীদলত অনুষ্ঠিত হৈ আহিছে এই শতিকা পুৰণি দেৱী পূজা (Centuries old goddess worship) । 1780 খ্ৰীষ্টাব্দৰ পৰা 1794 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা এই দ'লভাগত গৌৰীনাথ সিংহৰ ৰাজত্বকালৰেপৰা দেৱীপূজা কৰি অহা হৈছে । পৰৱৰ্তী সময়ত বৰাহীবাৰীৰ খগেন বৰবৰুৱা পৰিয়ালে দ'লভাগ চোৱাচিতা কৰি আহিছে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details